আহমেদাবাদৰ ফটকা কাৰখানা দুৰ্ঘটনাক লৈ প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
আহমেদাবাদ, ১৮ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰী মোদীয়ে শনিবাৰে গুজৰাটৰ আহমেদাবাদৰ টেলেণ্ট ফটকা কাৰখানাত সংঘটিত অগ্নিকাণ্ডৰ ফলত প্ৰাণ আৰু সা-সম্পত্তি হেৰুওৱাৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰে । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তথ্য অনুসৰি প্ৰধানমন্ত্ৰীয়ে মৃতকৰ পৰিয
अहमदाबाद की पटाखा फैक्टरी में लगी आग से धुएं का गुबार कई सौ मीटर ऊपर तक गया


अहमदाबाद की पटाखा फैक्टरी में लगी आग के बाद का दृश्य


আহমেদাবাদ, ১৮ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰী মোদীয়ে শনিবাৰে গুজৰাটৰ আহমেদাবাদৰ টেলেণ্ট ফটকা কাৰখানাত সংঘটিত অগ্নিকাণ্ডৰ ফলত প্ৰাণ আৰু সা-সম্পত্তি হেৰুওৱাৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰে ।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তথ্য অনুসৰি প্ৰধানমন্ত্ৰীয়ে মৃতকৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখকৈ আগবঢ়োৱাৰ বিপৰীতে আহতসকলক দিয়া হ’ব ৫০ হাজাৰকৈ টকা। প্ৰধানমন্ত্ৰীয়ে কয় যে স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্ত লোকসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande