গোলকগঞ্জৰ বালাজানত ভয়ংকৰ পথ দুৰ্ঘটনা
ধুবুৰী, ২৯ জুন (হি.স.)। গোলকগঞ্জৰ বালাজানত কালি সন্ধিয়া ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত আহত চাৰি জন ব্যক্তি।বালাজান ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ভয়ংকৰ পথ দুৰ্ঘটনা।
গোলকগঞ্জৰ বালাজানত ভয়ংকৰ পথ দুৰ্ঘটনা


ধুবুৰী, ২৯ জুন (হি.স.)। গোলকগঞ্জৰ বালাজানত কালি সন্ধিয়া ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত আহত চাৰি জন ব্যক্তি।বালাজান ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ভয়ংকৰ পথ দুৰ্ঘটনা। গৌৰীপুৰ পৰা গোলকগঞ্জ অভিমূখে গৈ থকা এএছ ১৭ চি ৮৩৫৯ নম্বৰৰ যাত্ৰী বাঁহী বেটাৰী চালিত ই ৰিক্সা আৰু বিপৰীত দিশৰ পৰা এএছ ০১ ভি এইছ ৯৭৬৭ নম্বৰৰ ছুইফ্ট ডিজায়াৰ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ। ফলত চাৰি জন যাত্ৰী গুৰুতৰ আহত। আটাই কেইজনক সংকট জনক অৱস্থাত ধুবুৰী মেডিকেল কলেজ হস্পিটেল লৈ প্ৰেৰণ। এতিয়ালৈকে আহত ব্যক্তি সকলৰ পৰিচয় উদ্ধাৰ হোৱাৰ নাই।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande