শ্ৰীৰামপুৰত আৰক্ষীৰ তালাচীত জব্দ ১২ টা ম'হ
কোকৰাঝাৰ, ৩০ জুন (হি.স.)। কোকৰাঝাৰ জিলাৰ অসম-বংগ সীমান্তত আজি আৰক্ষীয়ে জব্দ কৰিছে ১২টা ম’হ৷মহকুমাৰ শিমুলটাপু আৰক্ষীয়ে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শ্ৰীৰামপুৰত আৰক্ষীয়ে এ এছ ০১-ইউচি/৬৭৩৯ নম্বৰৰ ট্ৰাকট তালাচী অভিযান চলোৱা সময়তে ১২টা ম’হ জব্দ। কৰিছে৷জানি
শ্ৰীৰামপুৰত আৰক্ষীৰ তালাচীত জব্দ ১২ টা ম'হ


কোকৰাঝাৰ, ৩০ জুন (হি.স.)। কোকৰাঝাৰ জিলাৰ অসম-বংগ সীমান্তত আজি আৰক্ষীয়ে জব্দ কৰিছে ১২টা ম’হ৷মহকুমাৰ শিমুলটাপু আৰক্ষীয়ে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শ্ৰীৰামপুৰত আৰক্ষীয়ে এ এছ ০১-ইউচি/৬৭৩৯ নম্বৰৰ ট্ৰাকট তালাচী অভিযান চলোৱা সময়তে ১২টা ম’হ জব্দ।

কৰিছে৷জানিব পৰা মতে বিহাৰৰ পৰা ক্ৰয় কৰি অনা ম’হকেইটা বৰপেটা অভিমুখে লৈ যোৱাৰ সময়তে শ্ৰীৰামপুৰত আৰক্ষীৰ জালত পৰে৷উপযুক্ত নথি-পত্ৰ বিহাৰৰ পৰা অবৈধভাৱে ম’হ কঢ়িয়াই অনা বৰপেটাৰ ৰাকিবুল ইছলাম আৰু মেহবুব আলী নামৰ দুই চালকক আৰক্ষীৰ কৰায়ত্ব কৰি তদন্ত আৰম্ভ কৰিছে৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande