গোসাঁইগাঁৱৰ কচুগাঁৱত অচিনাক্ত মৃতদেহ উদ্ধাৰ
কোকৰাঝাস জুন (হি.স.)। গোসাঁইগাঁৱৰ কচুগাঁৱত অচিনাক্ত মৃতদেহ উদ্ধাৰ । কচুগাঁৱৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত উদ্ধাৰ হয় মৃতদেহটো । ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত চান ফান ৰেঞ্জৰ বন কাৰ্য্যালয়ৰ সমুখত উদ্ধাৰ হয় মৃতদেহটো।পথৰ কাষত উলংগ অৱস্থাত আছিল মৃতদেহটো
গোসাঁইগাঁৱৰ কচুগাঁৱত অচিনাক্ত মৃতদেহ উদ্ধাৰ


কোকৰাঝাস জুন (হি.স.)। গোসাঁইগাঁৱৰ কচুগাঁৱত অচিনাক্ত মৃতদেহ উদ্ধাৰ । কচুগাঁৱৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত উদ্ধাৰ হয় মৃতদেহটো ।

ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত চান ফান ৰেঞ্জৰ বন কাৰ্য্যালয়ৰ সমুখত উদ্ধাৰ হয় মৃতদেহটো।পথৰ কাষত উলংগ অৱস্থাত আছিল মৃতদেহটো

।আৰক্ষীয়ে পথ দুৰ্ঘটনা বুলি সন্দেহ কৰাৰ বিপৰীতে একাংশৰ মতে এইটো এটা পূৰ্ব পৰিকল্পিত হত্যাকাণ্ড ।

৪০ - ৪২ বছৰীয়া লোকজনক হত্যা কৰি ৰাষ্ট্ৰীয় পথত পেলাই দিয়াৰ সন্দেহ একাংশ লোকৰ। সমগ্ৰ ঘটনাটো সন্দৰ্ভত আৰক্ষী তদন্ত অব্যাহত ৰাখিছে যদিও কোনো সন্ধান পোৱা নাই ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande