
শোণিতপুৰ, ২৮ জুন (হি.স.)। যোৱা ১০ দিন ধৰি শুংসুত্ৰ নাই জামুগুৰিহাটৰ পানপুৰ হকমাৰ খিতিশ মালোদাসৰ ।
উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ গৈ হৈছিল সন্ধানহীন ।
পৰিয়ালৰ অনুৰোধ যদিহে কোনো সদাশয় ব্যক্তিয়ে লোকজনৰ সন্ধান পায় 6000148897/8099891722/9366205673 মোবাইল নম্বৰত যোগাযোগ কৰ যেন৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু