জামুগুৰিহাটৰ চকীঘাটত মৃতদেহ উদ্ধাৰ
তিনিচুকীয়া্, ২৮ জুন (হি.স.)। জামুগুৰিহাটৰ চকীঘাটত মৃতদেহ উদ্ধাৰ। জামুগুৰিহাটৰ চকীঘাট দলঙৰ তলত উদ্ধাৰ কৰা হৈছে এটা অচিনাক্ত মৃতদেহ। জীয়া ভৰলী নদীৰ পানীত উটি আহিছিল মৃতদেহ টো।স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত এছ ডি আৰ এফ বাহিনী উপস্থিত হৈ নদ
জামুগুৰিহাটৰ চকীঘাটত মৃতদেহ উদ্ধাৰ


তিনিচুকীয়া্, ২৮ জুন (হি.স.)। জামুগুৰিহাটৰ চকীঘাটত মৃতদেহ উদ্ধাৰ।

জামুগুৰিহাটৰ চকীঘাট দলঙৰ তলত উদ্ধাৰ কৰা হৈছে এটা অচিনাক্ত মৃতদেহ। জীয়া ভৰলী নদীৰ পানীত উটি আহিছিল মৃতদেহ টো।স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত এছ ডি আৰ এফ বাহিনী উপস্থিত হৈ নদীৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো। বৰ্তমানলৈকে মৃতদেহটো চিনাক্ত কৰিব পৰা নাই।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande