শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে স্বগৃহ উপস্থিত কেৰেলাত মৃত্যুমুখত পৰা ৰূপহীহাটৰ যুৱকৰ মৃতদেহ
নগাঁও, ২৮ জুন (হি.স.)। অসম চৰকাৰে গ্ৰহণ কৰা শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে স্বগৃহলৈ অনা হয় কেৰেলাত মৃত্যুমুখত পৰা ৰূপহীহাটৰ এজন যুৱকৰ মৃতদেহ। আজি ২৮ জুন দেওবাৰে অনা হয় বহি ৰাজ্য়ত ডেংগুত মৃত্য়ুমুখত পৰা জাহাঙিৰ আলম নামৰ যুৱকজনৰ মৃতদেহ। উল্লেখ্য় যে ৰূপহী
শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে স্বগৃহ উপস্থিত কেৰেলাত মৃত্যুমুখত পৰা ৰূপহীহাটৰ যুৱকৰ মৃতদেহ


নগাঁও, ২৮ জুন (হি.স.)। অসম চৰকাৰে গ্ৰহণ কৰা শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে স্বগৃহলৈ অনা হয় কেৰেলাত মৃত্যুমুখত পৰা ৰূপহীহাটৰ এজন যুৱকৰ মৃতদেহ। আজি ২৮ জুন দেওবাৰে অনা হয় বহি ৰাজ্য়ত ডেংগুত মৃত্য়ুমুখত পৰা জাহাঙিৰ আলম নামৰ যুৱকজনৰ মৃতদেহ।

উল্লেখ্য় যে ৰূপহীহাটৰ পূব শিঙিমাৰী জাহাঙিৰ আলম নামৰ যুৱক জনৰ ডেংগু জ্বৰত আক্ৰান্ত হৈ বহিঃৰাজ্য কেৰেলাত মৃত্যু হয় ।

পূব শিঙিমাৰীৰ ২৫ বছৰীয়া জাহাঙিৰ আলম নামৰ যুৱকজন ডেংগু জ্বৰত আক্ৰান্ত হৈ ২৫ জুনত মৃত্যু হয়।

দৰিদ্ৰ অসহায় পৰিয়ালটিক অসমৰ চৰকাৰ শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে ২৮ জুন দেওবাৰে মৃতদেহ ঘৰলৈ আনে । ইয়াৰ বাবে

অসহায় পৰিয়ালটিয়ে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande