ৰঙিয়াত ৰাষ্ট্ৰীয় বজৰংগ দলে জব্দ কৰিলে গো ভৰ্তি বাহন
কামৰূপ, ২৮ জুন (হি.স.)। ৰঙিয়াত ৰাষ্ট্ৰীয় বজৰংগ দলে জব্দ কৰিলে গো ভৰ্তি বাহন । নিশা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙিয়াৰ বঙালীকুছীত বলেৰো পিকআপ বাহন সহ ৭ টা গৰু জব্দ কৰে । জব্দ কৰা বলেৰো পিকআপ বাহনখনৰ নম্বৰ হল এ এছ ০১ ইউ চি ৫৬৫৪ ,পলায়ন কৰে বলেৰো পিকআপ বা
ৰঙিয়াত ৰাষ্ট্ৰীয় বজৰংগ দলে জব্দ কৰিলে গো ভৰ্তি বাহন


কামৰূপ, ২৮ জুন (হি.স.)। ৰঙিয়াত ৰাষ্ট্ৰীয় বজৰংগ দলে জব্দ কৰিলে গো ভৰ্তি বাহন ।

নিশা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙিয়াৰ বঙালীকুছীত বলেৰো পিকআপ বাহন সহ ৭ টা গৰু জব্দ কৰে ।

জব্দ কৰা বলেৰো পিকআপ বাহনখনৰ নম্বৰ হল এ এছ ০১ ইউ চি ৫৬৫৪ ,পলায়ন কৰে বলেৰো পিকআপ বাহনৰ ড্ৰাইভাৰ লগতে সহযোগীয়ে ।

শেষত ৰাষ্ট্ৰীয় বজৰংগ দলে গৰু ভৰ্তি বাহনখন ৰঙিয়া আৰক্ষীক চমজাই দিয়ে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande