শংকৰদেৱ শিশু নিকেতন' নাওকাটাৰ নৱ নিৰ্মিত বিদ্যালয় ভৱনৰ দ্বাৰ উন্মোচন
বাক্সা, ২৮ জুন (হি.স.)। ৰাউণ্ড টেব''ল ইণ্ডিয়াৰ সহযোগত নিৰ্মাণ কৰা শংকৰদেৱ শিশু নিকেতন'' নাওকাটাৰ নৱ নিৰ্মিত বিদ্যালয় ভৱনৰ দ্বাৰ উন্মোচন ৰাজ্যখনৰ এটি অগ্ৰণী স্বেচ্ছাসেৱী নিৰ্মাণ সংস্থা ৰাউণ্ড টেব''ল ইণ্ডিয়াৰ সহযোগত নিৰ্মাণ কৰা শংকৰদেৱ শিশ
শংকৰদেৱ শিশু নিকেতন' নাওকাটাৰ নৱ নিৰ্মিত বিদ্যালয় ভৱনৰ দ্বাৰ উন্মোচন


বাক্সা, ২৮ জুন (হি.স.)। ৰাউণ্ড টেব'ল ইণ্ডিয়াৰ সহযোগত নিৰ্মাণ কৰা শংকৰদেৱ শিশু নিকেতন' নাওকাটাৰ নৱ নিৰ্মিত বিদ্যালয় ভৱনৰ দ্বাৰ উন্মোচন

ৰাজ্যখনৰ এটি অগ্ৰণী স্বেচ্ছাসেৱী নিৰ্মাণ সংস্থা ৰাউণ্ড টেব'ল ইণ্ডিয়াৰ সহযোগত নিৰ্মাণ কৰা শংকৰদেৱ শিশু নিকেটন' নাওকাটা ৰ নৱ নিৰ্মিত বিদ্যালয় ভৱনৰ মূঠ ১৬ টা কোঠা আজি আনুষ্ঠানিক ভাবে উদ্বোধন কৰে ৰাউণ্ড টেব'ল ইণ্ডিয়াৰ জি আৰ টি ২৩৫ আঞ্চলিক অধ্যক্ষ টি আৰ চন্দ্ৰকান্ত বাৰ্মা আৰু অধ্যক্ষ ৰোহিত সিংহিয়ে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande