নগাঁৱৰ বৰকণ্দলীত কৃষকৰ লগত একেলগে পথাৰত নামি ভুই ৰুলে কৃষি মন্ত্ৰী পিযুষ হাজৰীকাই
নগাঁও, ২৮ জুন (হি.স.)। নগাঁৱৰ বৰকণ্দলীত অসম চৰকাৰৰ কৃষি মন্ত্ৰী পিযুষ হাজৰীকাক দেখিবলৈ পোৱা গ''ল চহা কৃষকৰ লগত একেলগে পথাৰত নামি ভুই ৰোৱা। বৰকণ্দলীত আয়োজন কৰা এক অনুষ্ঠানত বৰ্ঢ়মপুৰ বিধায়ক জিতু গোস্বামীৰ সৈতে একে লগে বোকা পথাৰত নামি ভুই ৰুলে মন্ত
নগাঁৱৰ বৰকণ্দলীত কৃষকৰ লগত একেলগে পথাৰত নামি ভুই ৰুলে কৃষি মন্ত্ৰী পিযুষ হাজৰীকাই


নগাঁও, ২৮ জুন (হি.স.)। নগাঁৱৰ বৰকণ্দলীত অসম চৰকাৰৰ কৃষি মন্ত্ৰী পিযুষ হাজৰীকাক দেখিবলৈ পোৱা গ'ল চহা কৃষকৰ লগত একেলগে পথাৰত নামি ভুই ৰোৱা।

বৰকণ্দলীত আয়োজন কৰা এক অনুষ্ঠানত বৰ্ঢ়মপুৰ বিধায়ক জিতু গোস্বামীৰ সৈতে একে লগে বোকা পথাৰত নামি ভুই ৰুলে মন্ত্ৰী গৰাকীয়ে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande