নীলবাগানৰ লাওপথাৰত সংঘটিত অগ্নিকাণ্ডৰ ঘটনা
নিলবাগানৰ লাওপথাৰত সংঘটিত হয় অগ্নি কাণ্ড।
নীলবাগানৰ লাওপথাৰত সংঘটিত অগ্নিকাণ্ডৰ ঘটনা


হোজাই, ২৮ জুন (হি.স.): হোজাই জিলাৰ নীলবাগানৰ লাওপথাৰত যোৱা কালি শনিবাৰে বিয়লি সংঘটিত হয় অগ্নি কাণ্ডৰ ঘটনা । এই অগ্নিকাণ্ডত দুটা কৈ বাস গৃহ জুই লেলিহান শিক্ষাত তচ-নচ হয় ।

জানিব পৰামতে, মিৰাজ উদ্দিন আৰু আদিল হুছেইন নামৰ লোক দুজনৰ ঘৰ এই জুইত জাহ যায় । শ্বৰ্চ -চাকিটৰ ফলতে সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা । ঘৰ দুখনৰ আচ-বাব নঠিপ্ৰত্ৰ সকলো এই অগ্নিকাণ্ড জাহ যায় । সময়মতে অগ্নি নিবাপক বাহিনী উপস্থিত হোৱাত ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে অঞ্চল বাসী ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande