গৌৰীপুৰত হিন্দু বোৱাৰীক কু ইংগিত দি আৰক্ষীৰ জালত ই ৰিক্সা চালক
ধুবুৰী, ২৮ জুন (হি.স.)। গৌৰীপুৰত হিন্দু বোৱাৰীক কু ইংগিত দি আৰক্ষীৰ জালত ই ৰিক্সা চালক। গৌৰীপুৰৰ বালাজানত ঘটনাতএগৰাকী এগৰাকী ইৰিক্সা চালক। এগৰাকী মুছলমান যুৱকে নিজৰ ই ৰিক্সাত এগৰাকী হিন্দু বোৱাৰী তুলিলে ফুচুলাই বেয়া ইংগিত দি ৰাইজৰ ৰোষত পৰে। পিছে
গৌৰীপুৰত হিন্দু বোৱাৰীক কু ইংগিত দি আৰক্ষীৰ জালত ই ৰিক্সা চালক


ধুবুৰী, ২৮ জুন (হি.স.)। গৌৰীপুৰত হিন্দু বোৱাৰীক কু ইংগিত দি আৰক্ষীৰ জালত ই ৰিক্সা চালক। গৌৰীপুৰৰ বালাজানত ঘটনাতএগৰাকী এগৰাকী ইৰিক্সা চালক।

এগৰাকী মুছলমান যুৱকে নিজৰ ই ৰিক্সাত এগৰাকী হিন্দু বোৱাৰী তুলিলে ফুচুলাই বেয়া ইংগিত দি ৰাইজৰ ৰোষত পৰে। পিছে স্থানীয় ৰাইজৰ লগতে ৰাষ্ট্ৰীয় বজৰংদলে ই ৰিক্সা চালক জনক আটক কৰি বালাজান আৰক্ষী থানাত গতাই দিয়ে।

আটকাধিন যুৱক গৰাকী হৈছে ৰূপচী সুখ্যাতিখাতাৰ ছাবেদ আলী। ছাবেদ আলীৰ আছে স্ত্ৰী লগতে আছে সন্তান। বালাজান আৰক্ষী থানাত আজি বোৱাৰী গৰাকীৰ এজাহাৰ খন পঞ্জীয়ন কৰি ছাৱেদ আলীক আদালতলৈ প্ৰেৰন কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande