
গোলাঘাট, ২৮ জুন (হি.স.)। সদৌ অসম তাই আহোম ছাত্ৰ সন্থা ( আটাছু) ৰ বোকাখাত মহকুমা সমিতিৰ পঞ্চম দ্বি-বাৰ্ষিক অধিৱেশন ।
বোকাখাত ষ্টেচন ক্লাবৰ কেন্দ্ৰীয় বিহুতলীত অনুষ্ঠিত অধিৱেশনৰ কাৰ্যসূচীত পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পনৰ পিছতে ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হয় ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু