নাজিৰাৰ বোলছবি গৃহত পুৱা ৯বজাৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ শেষৰ খন বোলছবি ৰৈ ৰৈ বিনালে
শিৱসাগৰ, ৩১ অক্টোবৰ (হি.স.)। হিয়াৰ আমঠু মৰমৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম খন তথা বহুল চৰ্চিত ছবি ৰৈ ৰৈ বিনালে আজি ৰাজ্যজুৰি শুভ মুক্তি লাভ কৰিছে। ৰাজ্যৰ আন আন ঠাইৰ লগতে নাজিৰাৰ ছবিগৃহতো ছবিখন মুক্তি লাভ কৰে। নাজিৰাৰ বোলছবি গৃহত পুৱা ৯বজাৰ পৰা আৰম্ভ
নাজিৰাৰ বোলছবি গৃহত পুৱা ৯বজাৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ শেষৰ খন বোলছবি ৰৈ ৰৈ বিনালে৷


নাজিৰাৰ বোলছবি গৃহত পুৱা ৯বজাৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ শেষৰ খন বোলছবি ৰৈ ৰৈ বিনালে৷


শিৱসাগৰ, ৩১ অক্টোবৰ (হি.স.)। হিয়াৰ আমঠু মৰমৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম খন তথা বহুল চৰ্চিত ছবি ৰৈ ৰৈ বিনালে আজি ৰাজ্যজুৰি শুভ মুক্তি লাভ কৰিছে। ৰাজ্যৰ আন আন ঠাইৰ লগতে নাজিৰাৰ ছবিগৃহতো ছবিখন মুক্তি লাভ কৰে। নাজিৰাৰ বোলছবি গৃহত পুৱা ৯বজাৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ শেষৰ খন বোলছবি ৰৈ ৰৈ বিনালে৷ বোলছবিখন প্ৰদৰ্শনৰ পূৰ্বে শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই তিনিটাকৈ নাহৰ পুলি ৰোপণ কৰা হয় l

আজি ৰাজ্য প্ৰতিটো বোলছবি গৃহত শুভমুক্তি লাভ কৰিছে অসমীয়া হিয়াৰ আমঠু, হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ শেষৰ খন বোলছবি “ৰৈ ৰৈ বিনালে ৷” নাজিৰাৰ বোলছবি গৃহটো ৰৈ ৰৈ বিনালে ৰ পুৱা ৯বজাৰ পৰা প্ৰথম দৰ্শনী আৰম্ভ হৈছে ৷ ডেকা-গাভৰুৰ পৰা আবাল-বৃদ্ধ বণিতা, কণ-কণ শিশুলৈ, সকলো জুবিন গাৰ্গৰ অন্তিমখন ছবি 'ৰৈ ৰৈ বিনালে' উপভোগ কৰিবলৈ ওলাই আহিছে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande