গৌৰীপুৰৰ পানবাৰীত সংঘটিত পথ দুৰ্ঘটনাত তিনিজন আহত
ধুবুৰী, ৩১ জুলাই (হি.স.)। গৌৰীপুৰৰ পানবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীবাহী ই-ৰিক্সা আৰু মালবাহী টেম্পোৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি। দুৰ্ঘটনাত আহত তিনিজনকৈ যাত্ৰী। এজনৰ অৱস্থা সংকটজনক হোৱাৰ লগতে দুজন গুৰুতৰ ভাবে আহত। আহত তিন
গৌৰীপুৰৰ পানবাৰীত সংঘটিত পথ দুৰ্ঘটনাত তিনিজন আহত


ধুবুৰী, ৩১ জুলাই (হি.স.)। গৌৰীপুৰৰ পানবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীবাহী ই-ৰিক্সা আৰু মালবাহী টেম্পোৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি। দুৰ্ঘটনাত আহত তিনিজনকৈ যাত্ৰী। এজনৰ অৱস্থা সংকটজনক হোৱাৰ লগতে দুজন গুৰুতৰ ভাবে আহত।

আহত তিনিও জনকে ততাতৈয়াকৈ ডিএমচিএইছলৈ প্ৰেৰণ।

দুৰ্ঘটনা সংঘটিত হোৱা মালবাহী টেম্পো খনৰ নম্বৰ এএছ ১৫এচি-৬০৮২। আনফালে ই-ৰিক্সা খনৰ নম্বৰ এএছ-১৭এচি-০৬২৮

ঘটনাস্থলীত আঠানি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande