
শোণিতপুৰ, ৩১ জুলাই (হি.স.)। জামুগুৰিহাটৰ তৌভঙাৰ ভয়ংকৰ পথ দুৰ্ঘটনাত আহত দুজন। স্কুটি আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি। জামুগুৰিহাটৰ তৌভঙাত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাৰ সৃষ্টি হয়। এখন স্কুটি আৰু এজন বাইকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত গুৰুতৰভৱে আহত হৈছে দুজন। আহত ব্যক্তি দুজনৰ নাম হ'ল লিয় তপ্ন(৩০) আৰু বিশাল দাস(২২)।
গুৰুতৰ ভাৱে আহত দুয়োকে স্থানীয় ৰাইজে চিকিৎসালয়ত ভৰ্তি কৰাই।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু