ৰাজস্থানৰ দৌছাত দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ত বাছ আৰু ট্ৰাকৰ সংঘৰ্ষত ৭ জন লোকৰ মৃত্যু
দৌছা, ০১ জুলাই (হি.স.)। ৰাজস্থানৰ দৌছা জিলাৰ দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ত এখন শ্লিপাৰ বাছ আৰু ট্ৰাকৰ খুন্দাত দুয়োখন বাহনত অগ্নিকাণ্ড সংঘটিত হয়। এই দুৰ্ঘটনাত ৭ জন লোক নিহত হোৱাৰ লগতে ২২ জন আহত হয়। আহতসকলক দৌছা জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

Invalid email address

यहां पूरी खबर पढ़ने के लिए कृपया हिन्दुस्थान समाचार को सब्सक्राइब करें।

संपर्क करें

हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001

(+91) 7701800342 / 7701802829

marketing@hs.news


 rajesh pande