কাজিৰঙাৰ ৰঙাজানৰ ভয়ংকৰ পথ দুৰ্ঘটনাত নিহতৰ সংখ্যা ২৩লৈ বৃদ্ধি
গোলাঘাট, ১৩ নৱেম্বৰ (হি.স.)। কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহতৰ সংখ্যা ২৩লৈ বৃদ্ধি। চিকিৎসালয় কৰ্তৃপক্ষৰ তথ্য অনুসৰি, ১৬জনৰ মৃত্যু আৰু বোকাখাতত ৭জনৰ মৃত্যু হৈছে। আন ১১জন আহতক যোৰহাট চিকিৎসা মহাবিদ্য়ালয় চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত
কাজিৰঙাৰ ৰঙাজানৰ ভয়ংকৰ পথ দুৰ্ঘটনাত নিহতৰ সংখ্যা ২৩লৈ বৃদ্ধি


গোলাঘাট, ১৩ নৱেম্বৰ (হি.স.)। কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহতৰ সংখ্যা ২৩লৈ বৃদ্ধি। চিকিৎসালয় কৰ্তৃপক্ষৰ তথ্য অনুসৰি, ১৬জনৰ মৃত্যু আৰু বোকাখাতত ৭জনৰ মৃত্যু হৈছে। আন ১১জন আহতক যোৰহাট চিকিৎসা মহাবিদ্য়ালয় চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত ৰখা হৈছে।

স্থানীয় লোকৰ ভাষ্য অনুসৰি, ট্ৰেভেলাৰ খন তীব্ৰ গতিত আছিল । শোকাৱহ দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande