পৰ্বতঝোৰাৰ ছাতাগুৰিত গভাইত চোৰ আটক
কোকৰাঝাৰ, ১৩ অক্টোবৰ (হি.স.)। পৰ্বতঝোৰাৰ ছাতাগুৰিত গভাইত চোৰ আটক। চোৰৰ ঘৰৰ পৰা উদ্ধাৰ বুজন পৰিমাণৰ চেগুন কাঠৰ বাটাম। ছাতাগুৰিৰ জনাব আলীৰ ঘৰৰ পৰা চোৰ কৰি নিজ ঘৰত লুকুৱাই ৰাখিছিল কাঠখিনি। ভুক্তভোগীৰ খবৰৰ ভিত্তিত বগৰিবাৰী আৰক্ষীয়ে আটক কৰে আছিৰ ৰহমানক
পৰ্বতঝোৰাৰ ছাতাগুৰিত গভাইত চোৰ আটক


কোকৰাঝাৰ, ১৩ অক্টোবৰ (হি.স.)। পৰ্বতঝোৰাৰ ছাতাগুৰিত গভাইত চোৰ আটক। চোৰৰ ঘৰৰ পৰা উদ্ধাৰ বুজন পৰিমাণৰ চেগুন কাঠৰ বাটাম।

ছাতাগুৰিৰ জনাব আলীৰ ঘৰৰ পৰা চোৰ কৰি নিজ ঘৰত লুকুৱাই ৰাখিছিল কাঠখিনি। ভুক্তভোগীৰ খবৰৰ ভিত্তিত বগৰিবাৰী আৰক্ষীয়ে আটক কৰে আছিৰ ৰহমানক।

ধৃত চোৰজনৰ স্বীকাৰোক্তিত পোহৰলৈ আহিছে আন দুজনৰ নাম। বিগত ছমাহ ধৰি অঞ্চলটোত ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু মটৰ চুৰিৰ কথাও স্বীকাৰ কৰে। ঘটনাৰ সৈতে জৰিত বাকী অভিযুক্তক বগৰিবাৰী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় নে নাই, সেয়া হ’ব লক্ষণীয়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande