পশ্চিম কাৰ্বি আংলংঙৰ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰ্যালোচনা বৈঠক
পশ্চিম কাৰ্বি আংলঙ, ১৩ অক্টোবৰ (হি.স.)। পশ্চিম কাৰ্বি আংলঙৰ হামৰেণত কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই বিভাগীয় মুৰব্বী সকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয়। দুই জিলাৰ বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়া সকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়৷ ইয়াৰ পুৰ্
পশ্চিম কাৰ্বি আংলংঙৰ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰ্যালোচনা বৈঠক


পশ্চিম কাৰ্বি আংলঙ, ১৩ অক্টোবৰ (হি.স.)। পশ্চিম কাৰ্বি আংলঙৰ হামৰেণত কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই বিভাগীয়

মুৰব্বী সকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয়। দুই জিলাৰ বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়া সকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়৷

ইয়াৰ পুৰ্বে আজি মন্ত্ৰী গৰাকী এদিনিয়া ভ্ৰমণ সুচী লৈ জিলা খনত উপস্থিত হোৱাৰ পিছত চৰকাৰী বিভাগীয় প্ৰকল্প সমূহ পৰিদৰ্শন কৰে।

কলংঙাস্থিত জলসি়ঞ্চন আঁচনি পৰিদৰ্শন৷ হামৰেনত নৱনিৰ্মীত পকীপথৰ শুভ উদ্বোধন কৰে৷ হামৰেনত নৱনিৰ্মীত গড় কাপ্তানি বিভাগৰ পৰিদৰ্শন বাংলো মুকলি৷

মন্ত্ৰী গৰাকীৰ পৰিদৰ্শন কালচোৱাত উপস্থিত চিইএম ড° তুলিৰাম ৰংহাং,জিলা খনৰ বিধায়ক সকল কাৰ্বি পৰিষদৰ ইএম,এমচি সকল আৰু বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়া অংশ গ্ৰহণ কৰে৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande