
যোৰহাট, ০১ অক্টোবৰ (হি.স.)। যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানৰ ব্যতিক্ৰমি পদক্ষেপ l মহাবিদ্যালয়ৰ চৌহদত স্থাপন কৰা হ'ল অৰ্কিড উদ্যান l যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানৰ ব্যতিক্ৰমি পদক্ষেপ l মহাবিদ্যালয়ৰ চৌহদত স্থাপন কৰা হ'ল অৰ্কিড উদ্যান l
আজি অৰ্কিড উদ্যানখনৰ শুভ উদ্বোধন কৰে গৰিমা শইকীয়া গাৰ্গে l
জুবিনৰ নামত অৰ্কিড খন স্থাপন হোৱাত সুখী অনুভৱ কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে ,যিহেতু জুবিনৰ প্ৰকৃতিৰ সৈতে একাত্ম সম্পৰ্ক আছিল ,গতিকে নৱ প্ৰজন্ম তেওঁৰ ভাল আদৰ্শেৰে আগবাঢ়ি যোৱাতো মনে প্ৰাণে বিচাৰে গৰিমা শইকীয়া গাৰ্গে । নৱপ্ৰজন্ম সেইদৰে আগবাঢ়ি গৈছে বুলিও মন্তব্য কৰে গৰিমা শইকীয়া গাৰ্গে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু