লক্ষীমপুৰত পুনৰ সক্ৰিয় জাল নোট সৰবৰাহকাৰী চক্ৰ
লখিমপুৰত পুনৰ সক্ৰিয় হৈছে জাল নোট সৰবৰাহকাৰী চক্ৰ ।
লক্ষীমপুৰত পুনৰ সক্ৰিয় জাল নোট সৰবৰাহকাৰী চক্ৰ


লক্ষীমপুৰ, ০৭ জানুৱাৰী (হি.স.): লক্ষীমপুৰত পুনৰ সক্ৰিয় হৈছে জাল নোট সৰবৰাহকাৰী চক্ৰ । নগা যুৱতীক ৪ লাখ টকাৰ জালনোট দি নগদ ১ লাখ টকা লুট কৰাৰ ঘটনা সংঘটিত হৈছে।

লালুকৰ যুৱনগৰত যোৱা কালি মঙ্গলবাৰে সন্ধিয়া তিনিজনীয়া জালনোট সৰবৰাহকাৰীৰ দলে লুটি নিয়ে টকাখিনি। এই সন্দৰ্ভত লালুক আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী যুৱতী গৰাকীৰ।লালুক আৰক্ষীৰ অভিযানত আটক এটা সৰবৰাহকাৰী।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande