বঙাইগাঁও জিলাৰ গেৰুকাবাৰী ৯ টা ড্ৰাগছৰ কন্টেনাৰ সহ দুজনক আটক আৰক্ষীৰ
বঙাইগাঁও, ২১ জানুৱাৰী (হি.স.)। বঙাইগাঁও জিলাৰ গেৰুকাবাৰীত আজি ৯ টা ড্ৰাগছৰ কন্টেনাৰ সহ দুজনক আটক কৰে আৰক্ষীয়ে। গ্লেমাৰবাইক সহ ড্ৰাগছ পেডলাৰ আচমত আলী (৩০) আৰু নাজিম উদ্দিন শেখ (৩৫)ক আটক কৰে আৰক্ষীয়ে। জব্দ কৰা বাইকখনৰ নম্বৰ এ এছ১৯এল৬৮৪৯ । মাণিকপুৰ
বঙাইগাঁও জিলাৰ গেৰুকাবাৰী ৯ টা ড্ৰাগছৰ কন্টেনাৰ সহ দুজনক আটক আৰক্ষীৰ


বঙাইগাঁও, ২১ জানুৱাৰী (হি.স.)। বঙাইগাঁও জিলাৰ গেৰুকাবাৰীত আজি ৯ টা ড্ৰাগছৰ কন্টেনাৰ সহ দুজনক আটক কৰে আৰক্ষীয়ে। গ্লেমাৰবাইক সহ ড্ৰাগছ পেডলাৰ আচমত আলী (৩০) আৰু নাজিম উদ্দিন শেখ (৩৫)ক আটক কৰে আৰক্ষীয়ে।

জব্দ কৰা বাইকখনৰ নম্বৰ এ এছ১৯এল৬৮৪৯ । মাণিকপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজয় সাহা আৰু গেৰুকাবাৰী আৰক্ষী তহলদাৰী আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৃদয় গোস্বামী এই দুয়োজনে বিষয়াই ড্ৰাগছৰ বিৰুদ্ধে চলাইছিল এই অভিযান। অধিক তথ্যৰ বাবে মাণিকপুৰ আৰু গেৰুকাবাৰী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande