আছা গোলাঘাট জিলা সমিতিৰ উদ্যোগত গোলাঘাট বানিজ্য মহাবিদ্যালয়ত প্ৰাথমিক সমিতি গঠন
গোলাঘাট, ০২ ছেপ্টেম্বৰ (হি.স.)। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) গোলাঘাট জিলা সমিতিৰ উদ্যোগত গোলাঘাট বানিজ্য মহাবিদ্যালয়ত প্ৰাথমিক সমিতি গঠন। উক্ত সভাত উপস্থিত থাকে জয় ভাৰত পাৰ্টিৰ অসম ৰাজ্যিক সমিতিৰ মুখপাত্ৰ তথা গোলাঘাট জিলাৰ সভাপতি অমিত নাগ। উক্
আছা গোলাঘাট জিলা সমিতিৰ উদ্যোগত গোলাঘাট বানিজ্য মহাবিদ্যালয়ত প্ৰাথমিক সমিতি গঠন


গোলাঘাট, ০২ ছেপ্টেম্বৰ (হি.স.)। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) গোলাঘাট জিলা সমিতিৰ উদ্যোগত গোলাঘাট বানিজ্য মহাবিদ্যালয়ত প্ৰাথমিক সমিতি গঠন। উক্ত সভাত উপস্থিত থাকে জয় ভাৰত পাৰ্টিৰ অসম ৰাজ্যিক সমিতিৰ মুখপাত্ৰ তথা গোলাঘাট জিলাৰ সভাপতি অমিত নাগ।

উক্ত সভাত গোলাঘাট বানিজ্য মহাবিদ্যালয়ৰ প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰীৰ ভিতৰত পঢ়া-শুনা কৰাত অসুবিধা হোৱা ছাত্ৰ-ছাত্ৰী সকলক বিনামূলীয়াকৈ কিতাপ-পত্ৰ তথা পঢ়াৰ যাৱতীয় সামগ্ৰী দিয়াৰ কথা ঘোষণা কৰে জয় ভাৰত পাৰ্টিৰ নেতা জনে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande