মঙলদৈত অনুষ্ঠিত অৰুণাচল প্ৰদেশ চৰকাৰৰ ক্ৰীড়া বিভাগৰ ২০/২০ ক্ৰিকেট
দৰং, ০২ ছেপ্টেম্বৰ (হি.স.)। অৰুণাচল প্ৰদেশ ক্ৰিকেট এচোচিশ্বয়নৰ উদ্যোগত মঙলদৈ ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত কৰা হৈছে অৰুণাচল প্ৰদেশ চৰকাৰৰ ক্ৰীড়া বিভাগৰ টেচি টাগৰ (Techi Tagar) ২০/২০ ক্ৰিকেট খেল। ৰাজ্য খনৰ মুঠ ৮ টা দলে অংশগ্ৰহণ কৰিছে এই খেলত । অ
ক্ৰিকেট


দৰং, ০২ ছেপ্টেম্বৰ (হি.স.)। অৰুণাচল প্ৰদেশ ক্ৰিকেট এচোচিশ্বয়নৰ উদ্যোগত মঙলদৈ ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত কৰা হৈছে অৰুণাচল প্ৰদেশ চৰকাৰৰ ক্ৰীড়া বিভাগৰ টেচি টাগৰ (Techi Tagar) ২০/২০ ক্ৰিকেট খেল। ৰাজ্য খনৰ মুঠ ৮ টা দলে অংশগ্ৰহণ কৰিছে এই খেলত । অৰুণাচল প্ৰদেশত ভাল ক্ৰিকেট খেলপথাৰ নাই বাবে চৰকাৰে মঙলদৈ ষ্টেডিয়ামত খেল অনুস্থিত কৰিছে ।

উল্লেখ্য় যে অৰুণাচল প্ৰদেশ চৰকাৰে ক্ৰিকেট আগুৱাই নিবলৈ ৰাজ্যৰ বাহিৰৰ খেলপথাৰত এই খেল অনুস্থিত কৰিছে । মঙলদৈ ক্ৰীড়া সন্থাৰ সভাপতি গুৰুজোতি দাসে অৰুণাচল প্ৰদেশ চৰকাৰক এই পদক্ষেপক ধন্যবাদ জনাইছে। উক্ত খেলৰ চেমি ফাইনেল আৰু ফাইনেল খেল দুখন লাইটৰ পোহৰত নিশা অনুস্থিত হ’ব ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande