গুৱাহাটী, ০২ ছেপ্টেম্বৰ (হি.স.)। কেচা চাহ পাতৰ মূল্য অভাৱনীয়ভাৱে হ্ৰাস পোৱাক কেন্দ্ৰ কৰি অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী বিমল বড়াৰ গুৰুত্বপূৰ্ণ মন্তব্য। জিলা আয়ুক্ত পৰ্যায়ৰ পৰ্যৱেক্ষক কমিতিক ইতিমধ্যে চাহ পাতৰ দাম নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশ দিছে উদ্যোগ বিভাগে।
চাহৰ গুণগত মানদণ্ড নিৰূপন কৰিবলৈ অসম চৰকাৰে পৰ্যৱেক্ষন কৰি আছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু