শিলচৰত ভূৱা চিকিতসকক গ্ৰেপ্তাৰ
কাছাৰ,০২ ছেপ্তেম্বৰ (হি.স.)। গোপন সুত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত ০২ ছেপ্তেম্বৰ মঙলবাৰে শিলচৰ চিকিতসা মহাবিদ্য়ালয় আৰু হস্পিতালৰ পৰা এজন ভুৱা চিকিতসকক গ্ৰেপ্তাৰ কৰা হৈছে। ভুৱা চিকিতসক জনক কাছাৰৰ কাতিগড়া আৰক্ষী থানাৰ অন্তৰ্গত গনিৰগ্ৰাম দিত্বীয় খণ্ডৰ ম
শিলচৰত গ্ৰেপ্তাৰ হোৱা ভুৱা চিকিতসকজন


কাছাৰ,০২ ছেপ্তেম্বৰ (হি.স.)। গোপন সুত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত ০২ ছেপ্তেম্বৰ মঙলবাৰে শিলচৰ চিকিতসা মহাবিদ্য়ালয় আৰু হস্পিতালৰ পৰা এজন ভুৱা চিকিতসকক গ্ৰেপ্তাৰ কৰা হৈছে।

ভুৱা চিকিতসক জনক কাছাৰৰ কাতিগড়া আৰক্ষী থানাৰ অন্তৰ্গত গনিৰগ্ৰাম দিত্বীয় খণ্ডৰ মিৰ হুছেইন আহমেদ বৰভূঞা, বয়স ২৩ বছৰ বুলি চিনাক্ত কৰা হৈছে। চিকিতসক হিচাপে প্ৰেকটিছ কৰি থকা আৰু গাইনোক’লজী অ’পিডিত ৰোগীক চোৱাচিতা কৰা দেখা গৈছিল। তদন্তত প্ৰকাশ পাইছে যে বৰভূঞাই বিগত ২৯ আগষ্টৰ পৰা এছ এম চি এইচত স্ত্ৰীৰোগ বিশেষজ্ঞৰ অভিনয় কৰি চিকিৎসালয়ৰ কৰ্মচাৰীক প্ৰতাৰণা কৰি আহিছিল। এই সন্দৰ্ভত আৰু অধিক তদন্ত আৰম্ভ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande