বিটিছিৰ ফকিৰাগ্ৰাম অজনজাতি সমষ্টিত তিনিখনকৈ দলং ৰ আধাৰশিলা স্থাপন বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ
কোকৰাঝাৰ, ১৮ আগষ্ট (হি.স.)। বিটিছিৰ ৭ নং ফকিৰাগ্ৰাম সমষ্টিত বৰ্তমান উন্নয়ণৰ জোৱাৰ উঠিছে । সমষ্টিত দলং নথকা তিনিখন নৈৰ ওপৰত দলং নিৰ্মান কৰিবলৈ আজি আধাৰশিলা স্থাপন কৰে কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে । আজি খুকচী শিলিপোতাত থকা
বিটিছিৰ ফকিৰাগ্ৰাম অজনজাতি সমষ্টিত তিনিখনকৈ দলং ৰ আধাৰশিলা স্থাপন বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ


কোকৰাঝাৰ, ১৮ আগষ্ট (হি.স.)। বিটিছিৰ ৭ নং ফকিৰাগ্ৰাম সমষ্টিত বৰ্তমান উন্নয়ণৰ জোৱাৰ উঠিছে । সমষ্টিত দলং নথকা তিনিখন নৈৰ ওপৰত দলং নিৰ্মান কৰিবলৈ আজি আধাৰশিলা স্থাপন কৰে কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে ।

আজি খুকচী শিলিপোতাত থকা ভোগদলা নলাৰ ওপৰত দলং নিৰ্মান কৰাৰ লগতে শিঙিমাৰী বেচিমাৰি সংলগ্ন পথত থকা হেল নৈৰ ওপৰত দলং নিৰ্মানৰ আধাৰশিলা স্থাপন কৰাৰ উপৰিও কৰাইতোলা গাওঁত হেল নৈৰ ওপৰত দলং নিৰ্মানৰ বাবে আধাৰশিলা স্থাপন কৰে । আজিৰ আধাৰশিলা স্থাপন অনুষ্ঠানত বিপিএফ দলৰ নেতৃবৃন্দও উপস্থিত থাকে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande