ডিমা হাছাওত সংঘটিত ভূমিস্খলনত আবদ্ধ যাত্ৰীবাহী ৰেল
ডিমা হাছাও, ০৩জুলাই (হি.স.)। আকৌ ডিমা হাছাওত সংঘটিত ভূমিস্খলন। লামডিঙ মুপা ৰেল পথত সংঘটিত ভয়ংকৰ ভূমিস্খলন। পাহাৰৰ মাটি খহি ৰেলৰ ট্ৰেকত পৰা পৰিলক্ষিত হৈছে। ডিমাহাছাও জিলাৰ মুপা ৰেল ষ্টেচনত আবদ্ধ এখন যাত্ৰীবাহী ৰেল। নামনিমুৱা ১৫৬১৬ শিলচৰ- গুৱাহাটী এ
ডিমা হাছাওত সংঘটিত ভূমিস্খলনত আবদ্ধ যাত্ৰীবাহী ৰেল


ডিমা হাছাও, ০৩জুলাই (হি.স.)। আকৌ ডিমা হাছাওত সংঘটিত ভূমিস্খলন। লামডিঙ মুপা ৰেল পথত সংঘটিত ভয়ংকৰ ভূমিস্খলন। পাহাৰৰ মাটি খহি ৰেলৰ ট্ৰেকত পৰা পৰিলক্ষিত হৈছে। ডিমাহাছাও জিলাৰ মুপা ৰেল ষ্টেচনত আবদ্ধ এখন যাত্ৰীবাহী ৰেল।

নামনিমুৱা ১৫৬১৬ শিলচৰ- গুৱাহাটী এক্সপ্ৰেছ ট্ৰেইন খন মুপা ৰেল ষ্টেচনত আবদ্ধ। ৰেল পথ মুকলিৰ বাবে ৰেল বিভাগৰ যুদ্ধকালীন তৎপৰতা।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande