Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
27 Jul 2025
- তামিলনাডুৰ মহাবলীপুৰমত অনুষ্ঠিত পঞ্চদশ হকী ইণ্ডিয়া কংগ্ৰেছ মহাবলীপুৰম, ২৭ জুলাই (হি.স.)। হকী ইণ্ডিয়াই দেওবাৰে তামিলনাডুৰ মহাবলীপুৰমত পঞ্চদশ হকী ইণ্ডিয়া কংগ্ৰেছৰ সফলতাৰে আয়োজন কৰে। ভাৰতীয় হকীৰ গৌৰৱময় যাত্ৰাৰ ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ স্মৃতিত ..
নতুন দিল্লী, ২৭ জুলাই (হি.স.)। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াৰ নেতৃত্বত দেওবাৰে গুজৰাটৰ আহমেদাবাদত কাৰ্গিল বিজয় দিৱসৰ স্মৃতিত ফিটনেছ আৰু দেশপ্ৰেমৰ মনোভাৱ উদযাপন কৰি ‘চাণ্ডে অন চাইকেল’ অভিযান উলিওৱা হয়। কেন্দ্..
নতুন দিল্লী, ২৭ জুলাই (হি.স.)। ফুটবল ক্লাব আৰ্চেনালে ছুইডেনৰ ২৭ বছৰীয়া খেলুৱৈ ভিক্টৰ জিয়’কেৰেছৰ সৈতে দীৰ্ঘম্যাদী চুক্তিত স্বাক্ষৰ কৰিছে। স্প’ৰ্টিঙৰ সৈতে দুটা ছিজনত ভিক্টৰে দলটোক একেৰাহে প্ৰাইমেৰা লিগা খিতাপ আৰু ৰাষ্ট্ৰীয় কাপ জয় কৰাত সহায় কৰিছিল।..
নতুন দিল্লী, ২৭ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ‘মন কি বাত’ কাৰ্যসূচীৰ ১২৪ সংখ্যক সংস্কৰণত ‘খেলো ইণ্ডিয়া পলিচি ২০২৫’ৰ লক্ষ্যৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে ইয়াৰ লক্ষ্য ভাৰতক ক্ৰীড়া মহাশক্তি হিচাপে গঢ়ি তোলা। তেওঁ কয় যে ..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha