ফুটবল ক্লাব আৰ্চেনালৰ ষ্ট্ৰাইকাৰ ভিক্টৰ জিয়’কেৰেছক চুক্তিবদ্ধ
নতুন দিল্লী, ২৭ জুলাই (হি.স.)। ফুটবল ক্লাব আৰ্চেনালে ছুইডেনৰ ২৭ বছৰীয়া খেলুৱৈ ভিক্টৰ জিয়’কেৰেছৰ সৈতে দীৰ্ঘম্যাদী চুক্তিত স্বাক্ষৰ কৰিছে। স্প’ৰ্টিঙৰ সৈতে দুটা ছিজনত ভিক্টৰে দলটোক একেৰাহে প্ৰাইমেৰা লিগা খিতাপ আৰু ৰাষ্ট্ৰীয় কাপ জয় কৰাত সহায় কৰিছিল।

Invalid email address

यहां पूरी खबर पढ़ने के लिए कृपया हिन्दुस्थान समाचार को सब्सक्राइब करें।

संपर्क करें

हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001

(+91) 7701800342 / 7701802829

marketing@hs.news


 rajesh pande