অমিত শ্বাহৰ ৰাষ্ট্ৰীয় নিৰাপত্তা কৌশল সন্মিলন উদ্বোধন
নতুন দিল্লী, ২৫ জুলাই (হি.স.)। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে নতুন দিল্লীত দুদিনীয়া ৰাষ্ট্ৰীয় নিৰাপত্তা কৌশল সন্মিলন-২০২৫ উদ্বোধন কৰে। কৰ্তব্যৰত অৱস্থাত সৰ্বোচ্চ বলিদান দিয়া বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গৃহমন্ত্ৰীগৰাকীয়ে।
অমিত শ্বাহৰ ৰাষ্ট্ৰীয় নিৰাপত্তা কৌশল সন্মিলন উদ্বোধন


নতুন দিল্লী, ২৫ জুলাই (হি.স.)। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে নতুন দিল্লীত দুদিনীয়া ৰাষ্ট্ৰীয় নিৰাপত্তা কৌশল সন্মিলন-২০২৫ উদ্বোধন কৰে।

কৰ্তব্যৰত অৱস্থাত সৰ্বোচ্চ বলিদান দিয়া বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গৃহমন্ত্ৰীগৰাকীয়ে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande