শ্ৰীভূমি, ১৬ জুলাই (হি.স.)। শ্ৰীভূমি চহৰত চুৰি কাণ্ড । লোহাৰ গ্ৰীল ভাঙি চোৰৰ প্ৰবেশ ।
স্টিল আলমিৰা ভাঙি লৈ গ'ল আ অলংকাৰৰ লগতে নগদ ৮ লাখ টকা ।
জানিব পৰা অনুসৰি শ্ৰী ভূমিৰ জিলা আয়ুক্তৰ বাংলোৰ সমীপতে থকা দিলীপ পালৰ ঘৰতে চোৰে চলালে চুৰিকাণ্ড। ঘৰত লোক থকাৰ পাছতো গ্ৰীল ভাঙি চোৰে প্ৰবেশ কৰি চুৰি কাণ্ড সংঘটিত কৰে্য এই ঘটনাক লৈ স্থানীয় লোকসকল এতিযা চিন্তিত হৈ পৰিছে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা