বাক্সাৰ লক্ষ্মীবজাৰ ৰূপামনিত আলাৰি চোৰাঙ বিথাংখি আঁচনিৰ চেক প্ৰদান
বাক্সা, ০১ জুলাই (হি.স.)। বাক্সাৰ লক্ষ্মীবজাৰ ৰূপামনিত আলাৰি চোৰাঙ বিথাংখি আঁচনিৰ চেক প্ৰদান ।হাগ্ৰামা মহিলাৰীৰ ১৭ বছৰ , নৱ শৰণীয়াৰ ১০ বছৰত উন্নয়ন হোৱা নাই, তেওঁলোক ব্যৰ্থ হৈছে ।বিটিআৰ অঞ্চলত সকলো ৰাইজৰ সম উন্নয়ন কৰিছে ইউপিপিএল চৰকাৰে ।ককলাবাৰী পৰি
বাক্সাৰ লক্ষ্মীবজাৰ ৰূপামনিত আলাৰি চোৰাঙ বিথাংখি আঁচনিৰ চেক প্ৰদান


বাক্সা, ০১ জুলাই (হি.স.)। বাক্সাৰ লক্ষ্মীবজাৰ ৰূপামনিত আলাৰি চোৰাঙ বিথাংখি আঁচনিৰ চেক প্ৰদান ।হাগ্ৰামা মহিলাৰীৰ ১৭ বছৰ , নৱ শৰণীয়াৰ ১০ বছৰত উন্নয়ন হোৱা নাই, তেওঁলোক ব্যৰ্থ হৈছে ।বিটিআৰ অঞ্চলত সকলো ৰাইজৰ সম উন্নয়ন কৰিছে ইউপিপিএল চৰকাৰে ।ককলাবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ মন্টু বড়োৱে প্ৰদান কৰিলে ২লাখ টকাৰ চেক ।বিটিআৰৰ ৪০টা সমষ্টিৰ প্ৰতিটো সমষ্টিত ১৮ টাতকৈ অধিক নামঘৰ, বাথৌ মন্দিৰক চেক প্ৰদান কৰা হৈছে । আজি ককলাবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ মন্টু বড়োৱে ৫টা স্থানত প্ৰদান কৰিছে চেক ।উক্ত অনুদান লাভ কৰি অতিকৈ আনন্দিত হৈ পৰিছে স্থানীয় ৰাইজে । বিপিএফ তথা সাংসদ নৱ শৰণীয়াৰ দিনত ককলাবাৰী পৰিষদীয় সমষ্টিত নামঘৰ, বাথৌ মন্দিৰ আদিত কোনো উন্নয়ন দেখা নাপালে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande