বঙাইগাঁৱত বিদ্যুৎ খুঁটাত কাম কৰি থাকোতে বিদ্যুৎস্পৃষ্ট হৈ আহত কৰ্মচাৰী
বঙাইগাঁও, ০১ জুলাই (হি.স.)। বঙাইগাঁৱত এপিডিচিএল ৰ ভয়ানক কাণ্ড । ঠিকাভিত্তিক কৰ্মচাৰীয়ে বিদ্যুৎ খুঁটাত কাম কৰি থাকোতে বিদ্যুৎস্পৃষ্ট । বিদ্যুৎ কৰ্তন কৰি কাম কৰি থাকোতে বিদ্যুৎ সংযোগ হৈ পৰে বিদ্যুৎ লাইনত। গুৰুতৰভাৱে আহত জিতেন্দ্ৰ ৰায় নামৰ ঠিকাভিত্তিক ক
বঙাইগাঁৱত বিদ্যুৎ খুঁটাত কাম কৰি থাকোতে বিদ্যুৎস্পৃষ্ট হৈ আহত কৰ্মচাৰী


বঙাইগাঁও, ০১ জুলাই (হি.স.)। বঙাইগাঁৱত এপিডিচিএল ৰ ভয়ানক কাণ্ড । ঠিকাভিত্তিক কৰ্মচাৰীয়ে বিদ্যুৎ খুঁটাত কাম কৰি থাকোতে বিদ্যুৎস্পৃষ্ট । বিদ্যুৎ কৰ্তন কৰি কাম কৰি থাকোতে বিদ্যুৎ সংযোগ হৈ পৰে বিদ্যুৎ লাইনত। গুৰুতৰভাৱে আহত জিতেন্দ্ৰ ৰায় নামৰ ঠিকাভিত্তিক কৰ্মচাৰীজন। কৰ্মচাৰীজনক পিছত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande