৪৫ কোটি টকাৰ ড্ৰাগছ জব্দ, আটক চাৰি সৰবৰাহকাৰী
কাছাৰ (অসম), ১০ জুন (হি.স.)। কাছাৰ আৰক্ষীয়ে বিপুল পৰিমাণৰ ইয়াবা টেবলেটসহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই তথ্য দিছে ৷ ছ’চিয়েল মিডিয়া এক্সত মুখ্যমন্ত্ৰীয়ে দিয়া তথ্য অনুসৰি কাছাৰ আৰক্ষীয়ে দুট
45 करोड़ की ड्रग्स बरामद, दो गिरफ्तार


45 करोड़ की ड्रग्स बरामद, दो गिरफ्तार


45 करोड़ की ड्रग्स बरामद, दो गिरफ्तार


45 करोड़ की ड्रग्स बरामद, दो गिरफ्तार


কাছাৰ (অসম), ১০ জুন (হি.স.)। কাছাৰ আৰক্ষীয়ে বিপুল পৰিমাণৰ ইয়াবা টেবলেটসহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই তথ্য দিছে ৷ ছ’চিয়েল মিডিয়া এক্সত মুখ্যমন্ত্ৰীয়ে দিয়া তথ্য অনুসৰি কাছাৰ আৰক্ষীয়ে দুটা সফল ড্ৰাগছ বিৰোধী অভিযানত যথেষ্ট সফলতা লাভ কৰিছে।

তেওঁ জনাইছে যে নিৰ্ভৰযোগ্য চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে বেক টু বেক দুটা অভিযানত ৪৫ কোটি টকাৰ ১.৫ লাখ ইয়াবা টেবলেট জব্দ কৰিছে। এই গোচৰত ৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

ৰবৰাহকাৰীয়ে অতি চতুৰতাৰে এল পি জি চিলিণ্ডাৰৰ ভিতৰত লুকুৱাই ইয়াবা টেবলেটসমূহ লৈ আহিছিল । আৰক্ষীয়ে এই সন্দৰ্ভত এন ডি পি এছ আইনৰ অধীনত এফ আই আৰ পঞ্জীয়ন কৰি বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande