সঁফুৰা প্ৰাথমিক বৃত্তি পৰীক্ষা, টীয়কৰ ভগামুখ আদৰ্শ বিদ্যা মন্দিৰৰ ছাত্ৰী আন্তৰিকা বৰাৰ অসমৰ ভিতৰত তৃতীয় স্হান
যোৰহাট, ১৩ মে' (হি.স.)। সদৌ অসম ভিত্তিত ২০২৪-২৫ বৰ্ষৰ সঁফুৰা প্ৰাথমিক বৃত্তি পৰীক্ষাত টীয়কৰ ভগামুখ আদৰ্শ বিদ্যা মন্দিৰৰ ছাত্ৰী আন্তৰিকা বৰাৰ অসমৰ ভিতৰত তৃতীয় স্হান । সদৌ অসম ভিত্তিত ২০২৪-২৫ বৰ্ষৰ সঁফুৰা প্ৰাথমিক বৃত্তি পৰীক্ষাত টীয়কৰ ভগামুখ
সদৌ অসম ভিত্তিত ২০২৪-২৫ বৰ্ষৰ সঁফুৰা প্ৰাথমিক বৃত্তি পৰীক্ষাত  টীয়কৰ ভগামুখ আদৰ্শ বিদ্যা মন্দিৰৰ ছাত্ৰী  আন্তৰিকা বৰাৰ অসমৰ ভিতৰত তৃতীয় স্হান ।


যোৰহাট, ১৩ মে' (হি.স.)। সদৌ অসম ভিত্তিত ২০২৪-২৫ বৰ্ষৰ সঁফুৰা প্ৰাথমিক বৃত্তি পৰীক্ষাত টীয়কৰ ভগামুখ আদৰ্শ বিদ্যা মন্দিৰৰ ছাত্ৰী আন্তৰিকা বৰাৰ অসমৰ ভিতৰত তৃতীয় স্হান ।

সদৌ অসম ভিত্তিত ২০২৪-২৫ বৰ্ষৰ সঁফুৰা প্ৰাথমিক বৃত্তি পৰীক্ষাত টীয়কৰ ভগামুখ আদৰ্শ বিদ্যা মন্দিৰৰ ছাত্ৰী ২ নং চিন্তামনিগড়ৰ নিবাসী পিতৃ প্ৰশান্ত বৰা মাতৃ তৃষ্ণা নেওঁগৰ একমাত্ৰ কণ্যা আন্তৰিকা বৰাই অসমৰ ভিতৰত সঁফুৰা বৃত্তিত তৃতীয় স্হান পাবলৈ সক্ষম হৈছে ৷ আন্তৰিকা বৰাৰ এই সফলতাত বিদ্যালয়ৰ তৰফৰ পৰা অভিনন্দন জনোৱাৰ লগতে শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাই ছাত্ৰী গৰাকীক শুভেচ্ছা জনোৱাৰ লগতে ভৱিষ্যতৰ দিনত অধিক সফলতাৰ কামনা কৰিছে ৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande