দৰঙত পেট্ৰল পাম কৰ্তৃপক্ষৰ ব্যতিক্ৰমী প্ৰয়াস পহিলা বহাগত গ্ৰাহকক পিন্ধালে বিহুৱান
দৰঙ, ১৫ এপ্ৰিল (হি.স.)। দৰঙত পেট্ৰল পাম কৰ্তৃপক্ষৰ ব্যতিক্ৰমী প্ৰয়াস। পহিলা বহাগত গ্ৰাহকক পিন্ধালে বিহুৱান। দৰঙৰ বামুণঝাৰ স্থিত মেৰ্চাচ এছ আৰ কে এছ কে এ নামৰ পেট্ৰল পাম কৰ্তৃপক্ষই পহিলা বহাগৰ দিনটোত তেল ল'বলৈ অহা গ্ৰাহকৰ লগতে বিশেষ ব্যক্তিক বিহুৱান
দৰঙত পেট্ৰল পাম কৰ্তৃপক্ষৰ ব্যতিক্ৰমী প্ৰয়াস পহিলা বহাগত গ্ৰাহকক পিন্ধালে বিহুৱান


দৰঙ, ১৫ এপ্ৰিল (হি.স.)। দৰঙত পেট্ৰল পাম কৰ্তৃপক্ষৰ ব্যতিক্ৰমী প্ৰয়াস। পহিলা বহাগত গ্ৰাহকক পিন্ধালে বিহুৱান। দৰঙৰ বামুণঝাৰ স্থিত মেৰ্চাচ এছ আৰ কে এছ কে এ নামৰ পেট্ৰল পাম কৰ্তৃপক্ষই পহিলা বহাগৰ দিনটোত তেল ল'বলৈ অহা গ্ৰাহকৰ লগতে বিশেষ ব্যক্তিক বিহুৱান প্ৰদান কৰি ৰঙালী বিহুৰ লগতে অসমীয়া নৱ বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে।

স্বাভাৱিকতে পেট্ৰল পাম কৰ্তৃপক্ষৰ ব্যতিক্ৰমী প্ৰয়াসক শলাগ লৈছে সকলোৱে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande