মঙলদৈ ২ নং ৱাৰ্ডত ভয়ংকৰ অগ্নিকাণ্ড
দৰং, ২৪ মাৰ্চ (হি.স.)। মঙলদৈ ২ নং ৱাৰ্ডত ভয়ংকৰ অগ্নিকাণ্ড। ৰুষ্টম আলিৰ গৃহত সংঘটিত হয় অগ্নিকাণ্ড। অগ্নিকাণ্ডত বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে এখন স্কুটি ভস্মীভূত হয়। লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যায়। ওচৰতে থকা জাৱৰৰ দমত জুই দিওঁতে এই জুইৰ সূত্ৰপাত হ
মঙলদৈ ২ নং ৱাৰ্ডত ভয়ংকৰ অগ্নিকাণ্ড


দৰং, ২৪ মাৰ্চ (হি.স.)। মঙলদৈ ২ নং ৱাৰ্ডত ভয়ংকৰ অগ্নিকাণ্ড। ৰুষ্টম আলিৰ গৃহত সংঘটিত হয় অগ্নিকাণ্ড। অগ্নিকাণ্ডত বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে এখন স্কুটি ভস্মীভূত হয়। লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যায়।

ওচৰতে থকা জাৱৰৰ দমত জুই দিওঁতে এই জুইৰ সূত্ৰপাত হয় বুলি জানিব দিয়ে গৃহস্থই।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande