Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
12 Mar 2025
নতুন দিল্লী, ১২ মাৰ্চ (হি.স.)। কলকাতাস্থিত অগ্ৰণী ছাত্ৰ ভৰ্তি সমাধান প্ৰদানকাৰী প্ৰতিষ্ঠান ক্ৰীজেক লিমিটেডে প্ৰাৰম্ভিক ৰাজহুৱা প্ৰস্তাৱ (আই পি অ’) আৰম্ভ কৰিবলৈ ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ডৰ পৰা অনুমোদন লাভ কৰিছে। এই ইছ্যুৰ জৰিয়তে কোম্পানী..
নতুন দিল্লী, ১২ মাৰ্চ (হি.স.)। বুধবাৰে ঘৰুৱা অলংকাৰ বজাৰত নিম্নগামী ধাৰা দেখা গৈছে। আজি সোণৰ মূল্য ৩২০ টকাৰ পৰা ৩৫০ টকা প্ৰতি ১০ গ্ৰামত সস্তা হৈছে। একেদৰে আজিও প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য ১০০০টকা দুৰ্বল হৈ পৰিছে। মূল্য হ্ৰাস পোৱাৰ বাবে আজি দেশৰ প্ৰায়..
নতুন দিল্লী, ১২ মাৰ্চ (হি.স.)। আজি বিশ্ব বজাৰৰ পৰা দুৰ্বল সংকেত দেখিবলৈ পোৱা গৈছে। পূৰ্বৰ অধিবেশনৰ সময়ছোৱাত আমেৰিকাৰ বজাৰসমূহ হ্ৰাস পোৱাৰ লগে লগে বন্ধ হৈছিল। অৱশ্যে আজি ডাউ জ’নছৰ ফ্যুচাৰত লাভৰ সৈতে ব্যৱসায় হোৱা দেখা গৈছে। যোৱা অধিবেশনৰ সময়ছোৱাতো ..
11 Mar 2025
নাচিক/নতুন দিল্লী, ১১ মাৰ্চ (হি.স.)। মহাৰাষ্ট্ৰৰ নাছিকত অৱস্থিত এছিয়াৰ সৰ্ববৃহৎ পিঁয়াজৰ পাইকাৰী বজাৰত মঙলবাৰৰ পৰা পুনৰবাৰ আৰম্ভ হৈছে পিঁয়াজৰ নিলাম। এদিন পূৰ্বে কৃষকসকলে পিঁয়াজৰ মূল্য হ্ৰাসৰ প্ৰতিবাদত সাময়িকভাৱে পিঁয়াজৰ নিলাম বন্ধ কৰি দিছিল। ..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha