ভোগালী বিহু উপলক্ষে নগাঁৱত ৰাইজৰ মাজত ব্যাপক প্ৰস্ততি 
নগাঁৱ, ০৯ জানুৱাৰী (হি.স.)। নঙলা মুখত হেপাঁহৰ ভোগালী বিহু । ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ৰাজ্যবাসীৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নগাঁৱৰো বিভিন্ন গাঁৱতো দেখা পোৱা গৈছে ডেকা-বুঢ়া সকলোৱে মিলি নিৰ্মান কৰিছে কৰিছে ভেলা ঘৰ। কোনোৱে যদি বাৰীৰ পৰা
নঙলা মুখত হেপাঁহৰ ভোগালী বিহু।ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ৰাজ্যবাসীৰ।


নগাঁৱ, ০৯ জানুৱাৰী (হি.স.)। নঙলা মুখত হেপাঁহৰ ভোগালী বিহু । ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ৰাজ্যবাসীৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নগাঁৱৰো বিভিন্ন গাঁৱতো দেখা পোৱা গৈছে ডেকা-বুঢ়া সকলোৱে মিলি নিৰ্মান কৰিছে কৰিছে ভেলা ঘৰ।

কোনোৱে যদি বাৰীৰ পৰা আনিছে বাঁহ আন কোনোৱে আকৌ নৰা কাটি ভেলাঘৰ সজাত ব্যস্ত। উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে প্ৰতি গৰাকী চহা অসমীয়া ৰাইজৰ মনত। ভোগালী বিহু উপলক্ষে গাঁৱৰ মহিলা সকল যদিও ব্যস্ত পিঠা-পনা বনোৱাত আনফালে আকৌ গাঁৱৰ ডেকা-বুঢ়া সকল ব্যস্ত বিভিন্ন আকাৰৰ ভেলা ঘৰ নিৰ্মান কৰাত।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande