মঙলবাৰে ৰাজস্থানৰ ঝুনঝুনু ভ্ৰমণ কৰিব উপ-ৰাষ্ট্ৰপতি
নতুন দিল্লী, ১৬ ছেপ্টেম্বৰ (হি.স.)। মঙলবাৰে ৰাজস্থানৰ ঝুনঝুনু ভ্ৰমণ কৰিব। উপ-ৰাষ্ট্ৰপতি সচিবালয়ে সোমবাৰে সদৰি কৰে যে উপ-ৰাষ্ট্ৰপতি ধনখৰে এদিনীয়া ভ্ৰমণৰ সময়ত ঝুনঝুনুত মুখ্য অতিথি হিচাপে স্বচ্ছতা হি সেৱা-২০২৪ অভিযান আৰম্ভ কৰিব।
উপ-ৰাষ্ট্ৰপতি ধনখৰ

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

 rajesh pande