চিচি কেমেৰাত বন্দী নুমলীগড়ৰ লৱনঘাট অঞ্চলৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ছাগলী চুৰি কাৰ্য
গোলাঘাট, ০৭ মে’ ( হি স )। গোলাঘাট জিলাৰ নুমলীগড়ৰ লৱনঘাট অঞ্চলৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ছাগলী
নুমলীগড়ৰ লৱনঘাট অঞ্চলৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ছাগলী চোৰ  l CC কেমেৰাত বন্দী বিলাসী গাড়ী ৰাখি ছাগলী চুৰি কৰাৰ দৃশ্য।

গোলাঘাট, ০৭ মে’ ( হি স )। গোলাঘাট জিলাৰ নুমলীগড়ৰ লৱনঘাট অঞ্চলৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ছাগলী চোৰৰ কাৰ্যই চাঞ্চল্যৰ সৃ্ষ্টি কৰিছে। চিচি কেমেৰাত বন্দী হৈ ৰৈছে বিলাসী গাড়ী ৰাখি ছাগলী চুৰি কৰাৰ দৃশ্য।

উল্লেখ্য যে আজি পুৱা প্ৰায় ৮.৩০ বজাত হুণ্ডাই এচেন্ট বিলাসী বাহনৰ পৰা নামি আহি দুজন সুঠাম ডেকাই তুলি লৈছে ছাগলী। লৰাদ্বয়ৰ কাপোৰ কানি চুট বুট দেখিলে আপুনি মই ভাবিব নোৱাৰো যে এওঁলোকৰ বৃত্তি চুৰি। কিন্তু এতিয়া সহজ দৃশ্য হৈ পৰিছে নুমলীগড়ৰ ৰাজপথ। কিয়নো নুমলীগড়ৰ ভিন্ন অঞ্চলত প্ৰায়ে বহু লোকৰ নোহোৱা হৈছে গৰু-ছাগলী।

ইফালে এইসন্দৰ্ভত বাৰম্বাৰ আৰক্ষী প্ৰশাসনক খবৰ দিয়ো, কোনো ফল নধৰাৰ অভিযোগ উঠিছে। এতিয়া গাড়ী নম্বৰ আৰু আৰু সমগ্ৰ চিচিটিভি ফুটেজ পোৱাৰ পিছতো নুমলীগড় আৰক্ষীয়ে চোৰ ধৰিব সক্ষম হ’বনে সেয়াহে পৰৱৰ্তী সময়ত লক্ষণীয় হৈ পৰিব।

হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ

 rajesh pande