আপোনাৰ ভোটে নিশ্চিত কৰিব পৰৱৰ্তী চৰকাৰ, সংবিধানৰ যোদ্ধা হওক: ৰাহুল
নতুন দিল্লী, ২৬ এপ্ৰিল (হি.স.)। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভোটাৰসকলক ঘৰৰ পৰা ওলাই আহি দ্বিতীয় পৰ্
ৰাহুল


নতুন দিল্লী, ২৬ এপ্ৰিল (হি.স.)। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভোটাৰসকলক ঘৰৰ পৰা ওলাই আহি দ্বিতীয় পৰ্যায়ৰ ভোটদান কৰিবলৈ আহ্বান জনাইছে।

শুকুৰবাৰে ছ’চিয়েল মিডিয়াত ৰাহুল গান্ধীয়ে কয় যে, ‘আজি এই ঐতিহাসিক নিৰ্বাচনৰ দ্বিতীয় পৰ্যায় যিয়ে দেশৰ ভাগ্য নিৰ্ণয় কৰিবলৈ গৈ আছে। পৰৱৰ্তী চৰকাৰখন ‘কেইজনমান কোটিপতি’ৰ হ’ব নে ‘১৪০ কোটি ভাৰতীয়’ৰ হ’ব সেয়া আপোনাৰ ভোটে সিদ্ধান্ত ল’ব।

তেওঁ কয় যে আজি ঘৰৰ পৰা ওলাই আহি ‘সংবিধানৰ যোদ্ধা’ হৈ গণতন্ত্ৰ ৰক্ষাৰ বাবে ভোট দিয়াটো প্ৰতিজন নাগৰিকৰ কৰ্তব্য।

হিন্দুস্থান সমাচাৰ/ বিৰঞ্চি/মনোজ


 rajesh pande