ৰাজ্যসভাৰ নৱনিৰ্বাচিত তিনিজন সদস্যৰ শপত গ্ৰহণ
নতুন দিল্লী, ২৫ এপ্ৰিল (হি.স.)। ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে বৃহস্পতিবাৰে ৰাজ্যসভাৰ তিনিজন নৱনিৰ্বা
সাংসদ


নতুন দিল্লী, ২৫ এপ্ৰিল (হি.স.)। ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে বৃহস্পতিবাৰে ৰাজ্যসভাৰ তিনিজন নৱনিৰ্বাচিত সদস্যক শপত গ্ৰহণ কৰোৱায়। সংসদ ভৱনত আয়োজিত শপত গ্ৰহণ অনুষ্ঠাত ৰাজ্যসভাৰ উপ সভাপতি হৰিৱংশ আৰু সচিব প্ৰধান পি. কে. মোডীও উপস্থিত আছিল।

হিন্দুস্থান সমাচাৰ/সুশীল/মনোজ


 rajesh pande