সঞ্জীৱ ৰঞ্জন হ’ব ভাৰত মহাসাগৰ ৰিম এছ’চিয়েশ্যনৰ পৰৱৰ্তী মহাসচিব
নতুন দিল্লী, ৩০ ডিচেম্বৰ (হি.স.)। ভাৰতীয় বৈদেশিক সেৱা (আই এফ এছ)ৰ ১৯৯৩ বেচৰ সঞ্জীৱ ৰঞ্জন হ’ব ইণ্ডিয়ান অ’চেন ৰিম এছ’চিয়েশ্যন (আই অ’ আৰ এ)ৰ পৰৱৰ্তী মহাসচিব। তেওঁ অতি সোনকালে দায়িত্ব ল’ব। সোমবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত প্ৰকাশ কৰিছে
বিদেশ মন্ত্ৰালয়


নতুন দিল্লী, ৩০ ডিচেম্বৰ (হি.স.)। ভাৰতীয় বৈদেশিক সেৱা (আই এফ এছ)ৰ ১৯৯৩ বেচৰ সঞ্জীৱ ৰঞ্জন হ’ব ইণ্ডিয়ান অ’চেন ৰিম এছ’চিয়েশ্যন (আই অ’ আৰ এ)ৰ পৰৱৰ্তী মহাসচিব। তেওঁ অতি সোনকালে দায়িত্ব ল’ব।

সোমবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত প্ৰকাশ কৰিছে যে সঞ্জীৱ ৰঞ্জন হ’ব ইণ্ডিয়ান অ’চেন ৰিম এছ’চিয়েশ্যনৰ পৰৱৰ্তী প্ৰধান সচিব। ১৯৯৩ চনৰ বেচৰ ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া আৰু বৰ্তমান মন্ত্ৰালয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া। বিবৃতিটোত কোৱা হৈছে যে সঞ্জীৱ ৰঞ্জনে অতি সোনকালে দায়িত্ব ল’ব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande