Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
18 Oct 2024
নিউয়ৰ্ক, ১৮ অক্টোবৰ (হি.স.)। আমেৰিকাত খালিস্তানী বিচ্ছিন্নতাবাদী গুৰপতৱন্ত সিং পন্নুক হত্যাৰ ব্যৰ্থ ষড়যন্ত্ৰৰ সৈতে জড়িত ভাৰতীয় ৰ’ৰ বিষয়া বিকাশ যাদৱৰ বিৰুদ্ধে নিউয়ৰ্কৰ আদালতত হত্যাৰ ষড়যন্ত্ৰ আৰু ধন সৰবৰাহৰ অভিযোগ উত্থাপন কৰিছে ফেডাৰেল প্ৰচিকিউট..
-এতিয়া গাজাত যুদ্ধ শেষ কৰাৰ সুযোগ: কমলা হেৰিছ - সিনৱাৰৰ মৃত্যুৰ বাবে প্ৰতিশোধ সম্পূৰ্ণ - যুদ্ধ অব্যাহত থাকিব: নেতানিয়াহু ৱাশ্বিংটন, ১৮ অক্টোবৰ (হি.স.)। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে সামৰিক অভিযানৰ অংশ হিচাপে বৃহস্পতিবাৰে গাজাত নিজৰ আটাইতকৈ ..
17 Oct 2024
ইছলামাবাদ, ১৭ অক্টোবৰ (হি.স.)। পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে আজি প্ৰস্তাৱিত সাংবিধানিক সংশোধনীক প্ৰত্যাহ্বান জনাই যৌথ আৱেদন নাকচ কৰে। মন কৰিবলগীয়া যে চৰকাৰৰ বহু চৰ্চিত সাংবিধানিক পেকেজৰ লক্ষ্য হৈছে ফেডাৰেল সাংবিধানিক আদালত স্থাপন আৰু পাকিস্তানৰ ..
ঢাকা, ১৭ অক্টোবৰ (হি.স.)। বাংলাদেশৰ ক্ষমতাচ্য়ুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে আন্তৰ্জাতিক অপৰাধ ন্যায়াধিকৰণে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। জুলাই আৰু আগষ্ট মাহত বৈষম্য বিৰোধী ছাত্ৰ প্ৰতিবাদৰ সময়ত শ্বেখ হাছিনা আৰু অন্য়ান্য়ৰ বিৰুদ্ধে গণহত্যাৰ ..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha