নগাঁৱৰ কঠিয়াতলীত সংঘটিত পথ দুৰ্ঘটনাত দুজন আহত
নগাঁৱ, ৩১ জুলাই (হি.স.)। নগাঁৱৰ কঠিয়াতলী লুংপুঙত ভয়ংকৰ পথ দুৰ্ঘটনা । পথচাৰীক বচাবলৈ গৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ নলাত সোমাল তীব্ৰ বেগী বাইক আৰোহী । দুৰ্ঘটনাটোত আহত হয় দুই বাইক আৰোহী । স্থানীয় লোকে আহত আৰোহী দুজনক ভৰ্তি কৰে চিকিৎসালয়ত । দুৰ্ঘটনাত পতিত ব
নগাঁৱৰ কঠিয়াতলীত সংঘটিত পথ দুৰ্ঘটনাত দুজন আহত


নগাঁৱ, ৩১ জুলাই (হি.স.)। নগাঁৱৰ কঠিয়াতলী লুংপুঙত ভয়ংকৰ পথ দুৰ্ঘটনা । পথচাৰীক বচাবলৈ গৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ নলাত সোমাল তীব্ৰ বেগী বাইক আৰোহী । দুৰ্ঘটনাটোত আহত হয় দুই বাইক আৰোহী । স্থানীয় লোকে আহত আৰোহী দুজনক ভৰ্তি কৰে চিকিৎসালয়ত । দুৰ্ঘটনাত পতিত বাইক খনৰ নম্বৰ এএছ ০১ জিইউ ৫০১৫।

দিৰ্ঘদিনৰ পৰা উক্ত ব্য়স্ত অঞ্চলটোত ৰাইজে স্পীড ব্ৰেকাৰৰ দাবী জনাই আহিছিল যদিও জিলা লোক নিৰ্মাণ বিভাগে বিষয়টোক আওকান কৰি থকাৰ বাবে পথ দুৰ্ঘটনা সংঘটিত হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande