পৰ্বতঝোৰাত প্ৰেমৰ চলনাৰে প্ৰেমিকাক ধৰ্ষণ কৰিলে প্ৰেমিকে
কোকাৰাঝাৰ, ৩১ জুলাই (হি.স.)। পৰ্বতঝোৰাৰ গাম্বাৰীবিলত জঘন্য ধৰ্ষণ কাণ্ড। প্ৰেমৰ চলনাৰে প্ৰেমিকাক ধৰ্ষণ কৰিলে প্ৰেমিকে। টিপকাই আৰক্ষীয়ে আটক কৰে প্ৰেমিকজনক। আটকাধীন প্ৰেমিক গৰাকী শ্ৰীৰামপুৰৰ কৃষ্ণ মুৰমূৰ। অসুস্থ প্ৰেমিকা গৰাকীক ততাতৈয়াকৈ কোকৰাঝাৰ
পৰ্বতঝোৰাত প্ৰেমৰ চলনাৰে প্ৰেমিকাক ধৰ্ষণ কৰিলে প্ৰেমিকে


কোকাৰাঝাৰ, ৩১ জুলাই (হি.স.)। পৰ্বতঝোৰাৰ গাম্বাৰীবিলত জঘন্য ধৰ্ষণ কাণ্ড।

প্ৰেমৰ চলনাৰে প্ৰেমিকাক ধৰ্ষণ কৰিলে প্ৰেমিকে।

টিপকাই আৰক্ষীয়ে আটক কৰে প্ৰেমিকজনক।

আটকাধীন প্ৰেমিক গৰাকী শ্ৰীৰামপুৰৰ কৃষ্ণ মুৰমূৰ।

অসুস্থ প্ৰেমিকা গৰাকীক ততাতৈয়াকৈ কোকৰাঝাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

আৰক্ষীয়ে ধৰ্ষণৰ অভিযোগত প্ৰেমিক গৰাকীক জেৰা অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande