ন-ৰূপত জিলিকি উঠিব দৰঙৰ খটৰা সত্ৰ
দৰং, ৩১ জুলাই (হি.স.)। ন-ৰূপত জিলিকি উঠিব দৰঙৰ খটৰা সত্ৰ। ৪৫৮ বছৰীয়া সত্ৰ খনৰ পুন নিৰ্মাণৰ কাম আৰম্ভ। নিকা সংহতিৰ সত্ৰ খনৰ পুন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়াইছে প্ৰায় ১১ কোটি টকা। ইতিপূৰ্বে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সত্ৰ দৰ্শন কৰি। ঘোষ
ন-ৰূপত জিলিকি উঠিব দৰঙৰ খটৰা সত্ৰ


দৰং, ৩১ জুলাই (হি.স.)। ন-ৰূপত জিলিকি উঠিব দৰঙৰ খটৰা সত্ৰ।

৪৫৮ বছৰীয়া সত্ৰ খনৰ পুন নিৰ্মাণৰ কাম আৰম্ভ। নিকা সংহতিৰ সত্ৰ খনৰ পুন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়াইছে প্ৰায় ১১ কোটি টকা। ইতিপূৰ্বে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সত্ৰ দৰ্শন কৰি। ঘোষণা কৰি সত্ৰৰ উন্নয়নৰ কথা ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande